স্নাতক পৰ্যায়ৰ প্ৰথম ষান্মাসিকৰ নামভৰ্তি 2024 Posted by admin Categories News & Event, Notice, Notification Date April 2, 2024 উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এটি সু-খবৰ যে স্নাতক পৰ্যায়ৰ প্ৰথম ষান্মাসিকৰ নামভৰ্তিৰ বাবে DHE য়ে আগতীয়াকৈ Online Re ইগ’gistration ৰ বাবে Samarth Portal অহা 3/4/24 তাৰিখৰ পৰা খুলিব। গতিকে ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে আমাৰ বৰহোলা মহাবিদ্যালয় https://borhollacollege.edu.in/ website ৰ এই লিংকত গৈ Samarth portal ত নামভৰ্তিৰ বাবে পঞ্জীয়ন কৰিব পাৰিব, লগতে আগতীয়াকৈ জমা দিব লগীয়া যাৱতীয় নথি-পত্ৰ সমূহ upload কৰিবলৈ সুবিধা পাব। Registration ৰ বাবে বৰহোলা মহাবিদ্যালয়ৰ পৰা কিবা সহায় সহযোগিতাৰ প্ৰয়োজন হলে মহাবিদ্যালয়ৰ website ত দিয়া ফোন নম্বৰ ত যোগাযোগ কৰিব পাৰিব নতুবা Nodel Officers +91 94358 94217 IQAC Co ordinator 7896518625 GS Students Union +91 93658 65431 যোগাযোগ কৰিব পাৰিব অধ্যক্ষা বৰ্ণালী কলিতা বৰহোলা মহাবিদ্যালয় ২/৪/২০২৪ Share: admin Previous post Admission Extension April 2, 2024 Next post Admission Notice 2024 May 25, 2024 You may also like UG 1st Year Notice 26 January, 2026 U.G 1st year Approved Nijut Babu Guideline 26 January, 2026 Approved Nijut Babu Guideline Celebration of 77th Republic Day. 26 January, 2026 Celebration of 77th Republic Day. https://borhollacollege.edu.in/wp-content/uploads/2026/01/WhatsApp-Video-2026-01-26-at-3.04.43-PM.mp4 https://borhollacollege.edu.in/wp-content/uploads/2026/01/WhatsApp-Video-2026-01-26-at-3.04.44-PM.mp4